Listens: 1087
জোনাকৰ চোতালত আইতাৰ কাষত বহি সাধু শুনাৰ দিনবোৰ এতিয়া নিজেই একোটা সাধু ।অথচ সাধুৰ অবিহনে মানুহ গঢ়াৰ আখৰা আধৰুৱা । সেয়েহে আপোনাৰ কাষলৈ আমি অৰুন্ধতী জেঠাইৰ কণ্ঠত কেইটামান সাধুকথা লৈ আনিছো ।
সোণালী পাখিৰ ৰাজহাঁহ
যাদুৰ দাপোণ
বুঢ়া বুঢ়ী আৰু শিয়াল
বাটলু গুটি
তীখৰ আৰু চুটী বাই
মাছ দেৱতা
কাক চৰিত
জামু কলি
যাদু পেৰা